Short Essay on Bihu in Assamese
বিদ্যালয়ৰ পৰীক্ষাৰ্থীসকলৰ প্ৰয়োজনীয়তালৈ লক্ষ্য ৰাখি অতি সহজ আৰু স্পষ্ট ভাষাত বিহুৰ এখন চমু ৰচনা তলত আগবঢ়োৱা হৈছে। পৰিচয় বিহু আমাৰ অসমীয়া সমাজৰ আয়ুস ৰেখা আৰু অতি চেনেহৰ বাপতি-সাহোন উৎসৱ। ই মূলত এক পবিত্ৰ কৃষিভিত্তিক উৎসৱ যিয়ে সমগ্ৰ অসমবাসীক একতাৰ ডোলেৰে বান্ধি ৰাখে। বিহুৰ চমু ৰচনা (Short Essay on Bihu) অসমীয়া সংস্কৃতি আৰু লোকজীৱনৰ আটাইতকৈ ডাঙৰ … Read more