বিহুৰ চমু অনুচ্ছেদ অসমীয়াত | Bihu Paragraph in Assamese
বিদ্যালয়ৰ পৰীক্ষা আৰু গৃহকৰ্মৰ বাবে অতি সহজ ভাষাত বিহুৰ চমু অনুচ্ছেদ (Short Paragraph on Bihu) ইয়াত দিয়া হৈছে। ছাত্ৰ-ছাত্ৰীসকলে নিজৰ প্ৰয়োজন অনুসৰি তলৰ অনুচ্ছেদসমূহ ব্যৱহাৰ কৰিব পাৰিব। বিহুৰ চমু অনুচ্ছেদ (Main Paragraph) বিহু অসমৰ জাতীয় আৰু প্ৰধান কৃষিভিত্তিক উৎসৱ। অসমীয়া লোকসংস্কৃতি আৰু জাতীয় জীৱনৰ ই এক অনন্য প্ৰতীক। জাতি, ধৰ্ম, বৰ্ণ নিৰ্বিশেষে সকলো অসমীয়াই মিলি … Read more